মই ধন্যবাদ জনাইছোঁ মেজেষ্টিক একাডেমীৰ সকলো শিক্ষক তথা কৰ্ম-কৰ্তালৈ তেওঁলোকৰ অশেষ চেষ্টা আৰু সুন্দৰ পথ প্ৰদৰ্শনৰ বাবে আজি মই উপ-পৰিদৰ্শকৰ লগতে বহু পৰীক্ষাৰ লিখিত পৰ্যাত উত্তীৰ্ণ হবলৈ শৈক্ষম হৈছোঁ । তেওঁলোক অকল শিক্ষাৰ ক্ষেত্ৰতে নহয় আমাক প্ৰতিটো ক্ষেত্ৰতে আগুৱাই যাবলৈ উৎসাহ জগাই আহিছে। মই বিশেষভাবে ধন্যবাদ জনাব বিচাৰিছোঁ মৃন্ময় ছাৰ, প্ৰবাল ছাৰ,বিজেন্দ্ৰ ছাৰ আৰু গায়ত্ৰী মিছলৈ ।
ধন্যবাদ মেজেষ্টিক একাডেমী ।